সমললৈ যাওক

২০ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২০ এপ্ৰিল (ইংৰাজী: 20 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১০তম (অধিবৰ্ষত ১১১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৫টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
  • ১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
  • ১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
  • ১৯৪১ - ৰেই টম্‌লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
  • ১৯৪৮ - প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫০ - নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৭২ - মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]