সমললৈ যাওক

ৰতন টাটা

ৱিকিউদ্ধৃতিৰ পৰা
ৰতন টাটাৰ আলোকচিত্ৰ

ৰতন টাটা (জন্ম: ২৮ ডিচেম্বৰ ১৯৩৭) হৈছে ভাৰতৰ এগৰাকী বিশিষ্ট উদ্যোগপতি। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • জীৱনত আগুৱাই যাবলৈ উত্থান-পতনৰ গুৰুত্ব বহুত বেছি। আনকি ই.চি.জিৰ ক্ষেত্ৰটো সমান ৰেখাৰ অৰ্থ — মৃত বুলি ধৰা হয়।[১]
  • খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক। নহ’লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব৷[২]
  • লোহাক কোনেও ধ্বংস কৰিব নোৱাৰে, কিন্তু লোহাৰ নিজৰ মামৰেই তাক ধ্বংস কৰিব পাৰে! একেধৰণে, আন কোনেও এজন মানুহক ধ্বংস কৰিব নোৱাৰে, সি তাৰ নিজৰ মানসিকতাৰেই ধ্বংস হয়৷[৩]
  • লোকে আপোনাৰ ফালে দলিয়াই দিয়া পাথৰবোৰ বুটলি নিয়ক আৰু এটি স্মৃতিস্তম্ভ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰক৷[৩]
  • মই সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বিশ্বাস নকৰোঁ। মই সিদ্ধান্ত লওঁ আৰু তাৰপিছত সেইবোৰ সঠিক কৰোঁ।[৩]
  • যিদিনা মই উৰিব নোৱাৰিম, সেইদিনটো মোৰ বাবে দুখৰ দিন হ’ব।[৩]
  • শেষ পৰ্যন্ত, আমি কেৱল সেই সুযোগবোৰ গ্ৰহণ নকৰাৰ বাবে আফচোচ্ কৰোঁ।[৩]
  • আমাক আগুৱাই নিয়াৰ বাবে জীৱনৰ উত্থান-পতন খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইচিজিতো এটি সৰল ৰেখা মানে আমাৰ মৃত্যু।"[৩]
  • আমি জানি না ভবিষ্যৎ কী ৰাখবে, তবে আমি জানি যে আমি ইতিবাচকভাবে অবাক হব।[৩]
  • যদি দ্ৰুতভাবে খোজ কাঢ়িব খোজা, তেন্তে অকলে যোৱা, কিন্তু যদি বহুদূৰ যাব খোজা, একেলগে যোৱা৷[৩]
  • জয় কৰাৰ একমাত্ৰ উপায় হ'ল হাৰিবলৈ ভয় নকৰা।"[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Ratan Tata turns 84: Here are 10 inspiring quotes by the visionary. প্ৰকাশক: Moneycontrol News (January 03, 2022). আহৰণ কৰা হৈছে: 15 ছেপ্টেম্বৰ 2022.
  2. ৰতন টাটা. "বাণী", ১৭ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৭ মাৰ্চ ২০২৩.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ ৰতন টাটাৰ অনুপ্ৰেৰণাদায়ক উক্তি. আহৰণ কৰা হৈছে: 16 জুন 2024.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: