সমললৈ যাওক

শ্বাহৰুখ খান

ৱিকিউদ্ধৃতিৰ পৰা
শ্বাহৰুখ খান

শ্বাহৰুখ খান (ইংৰাজী: Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়। জনসাধাৰণৰ মাজত "বলিউডৰ বাদশ্বাহ", "কিং অৱ্ বলিউড" আৰু "কিং খান" বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্" আৰু "লিজিয়ন ডি'অনাৰ" প্ৰদানেৰে সন্মান যাঁচিছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • নিজৰ স্বাধীনতা, আপোনাৰ ভিতৰৰ মাত শুনিবলৈ আৰু মোককে ধৰি আপুনি কোন। এইবোৰেই আপোনাৰ জীৱনৰ একমাত্ৰ বছৰ য'ত আপুনি অনুশোচনামুক্ত ভুল কৰিবলৈ অনুমতি পাব।
    • ৩০ মে' ২০১৬, বান্দ্ৰা ইষ্ট, মুম্বাইত। উৎস: speakola
  • ছুপাৰষ্টাৰ বুলি কলে মোৰ বৰ লাজ লাগে।
  • মোৰ জাতিটো সঁচাকৈয়ে ধৰ্মনিৰপেক্ষ বুলি মই বিশ্বাস কৰোঁ, সঁচাকৈয়ে বিশ্বাস কৰোঁ।
    • টাইমছ অৱ ইণ্ডিয়াৰ অংশুল চতুৰ্বেদীৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ উদ্ধৃতি (তাৰিখ ৩০ ছেপ্টেম্বৰ, ২০১০)। উৎস: ইকোনমিক টাইমছ

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: